Monday, October 26, 2026
Homeঅসমডুমডুমা চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা

ডুমডুমা চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা

ডুমডুমা চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩গৰাকী

তীব্ৰবেগী AS 23 DC 5936 নম্বৰৰ কেচা চাহপাত কঢ়িওৱা বাহনে AS 01 60 3998 নম্বৰৰ এখন জিমনী বাহন, এখন মটৰ চাইকেল আৰু এগৰাকী পথচাৰীক খুন্দা মৰাৰ ফলতে সংঘটিত দূৰ্ঘটনাটো

নিহত হৈছে ক্ৰমে সুব্ৰত ভট্ৰ, পিণ্টু তাঁতী, গনেশ প্ৰজা মৃত্যু

দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় মটৰ চাইকেলখন ।

দুৰ্ঘটনা সংঘটিত অঞ্চলটোত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments