- সোণাপুৰৰ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত জৰুৰী বৈঠক সম্পন্ন
- ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৭ দিনৰ সময়সীমা বান্ধি দিলে প্রশাসনে
- আজিৰে পৰা NHAIক ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ নিৰ্দেশ
- মেৰামতি চোৱাচিতাৰ বাবে গঠন কৰা হৈছে এখন কমিটি গঠন
- বৈঠকত সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাক লৈ কেইবাটাও বিষয় উত্থাপন
- স্থানীয় ৰাইজৰ সমস্যাৰ বিষয়ে ৩ ছেপ্টেম্বৰত জিলা আয়ুক্তৰ উপস্থিতিত হ’ব আলোচনা
- NHAIৰ ভুলৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা হৈছে ব্যৱস্থা
- দুর্ঘটনাক লৈ NHAIৰ দুজনকৈ বিষয়াক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে
