‘জুবিন গাৰ্গৰ ন্যায় আৰু গৰিমা শইকীয়া গাৰ্গক কঠোৰ ভাষাৰে সমালোচনা কৰা এই দুটা কথা একাকাৰ হব নোৱাৰে’
📍’গৰিমা শইকীয়া গাৰ্গক আমি সকলোৱে শান্তিৰে থাকিব দিয়া উচিত’
📍’গৰিমা শইকীয়া গাৰ্গে ভগ্ন স্বাস্থ্য লৈ ঘূৰি ফুৰিছে, শাৰীৰিক ভাবে ভাগি পৰিছে, এই সময়ত তেখেতক আজুৰি থকাটো অমানৱীয় হৈছে”
📍”গৰিমা শইকীয়া গাৰ্গ কিদৰে জীয়াই থাকিব, কলৈ যাব, কলৈ যাব নালাগিব, কি কথা কব আৰু কি কথা কব নালাগিব সেই SOP দিয়াৰ অধিকাৰ আমাৰ কাৰোৰে নাই”
📍এই মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ
