Tuesday, March 10, 2026
Homeঅসমৰাজ্যত মুছলমানৰ ওপৰত চলা অন্যায়ৰ বিৰুদ্ধে নামনি অসম কঁপাব ABMSUয়ে

ৰাজ্যত মুছলমানৰ ওপৰত চলা অন্যায়ৰ বিৰুদ্ধে নামনি অসম কঁপাব ABMSUয়ে

প্ৰকৃত ভাৰতীয় নাগৰিকক বাংলাদেশী সজাই বাংলাদেশলৈ পুছ বেক কৰা নিতিৰ বিৰুদ্ধে কাৰ্যসূচী এবিএমছুৰ।

২১ জানুৱাৰী তামুলপুৰ আৰু ২৮ জানুৱাৰীত কোকৰাঝাৰত বিশাল জনজাগৰণ সভা।

পুছ বেকৰ নিতি কোনো কাৰণে মানি নলয় এবিএমছুৱে।

পুছ বেকৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে সেয়া সম্পূৰ্ণ সংবিধান বিৰোধী।

ভাৰতৰ ভূখণ্ডত জন্মগ্ৰহণ কৰা নাগৰিকক একমাত্ৰ ভোটৰ লালসাত আৰু ধৰ্মীয় পৰিচয়ৰ বাবে বাংলাদেলৈ পুথি বেক কৰা হৈছে।

এটা পৰিয়ালৰ ১০ জনৰ এজন কেনেকৈ বালাদেশী হ’ব পাৰে তাৰ প্ৰশ্ন কৰিছে এবিএমছুৱে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments