Sunday, July 6, 2025
Homeউত্তৰ-পূৱভয়ংকৰ দুৰ্ঘটনা

ভয়ংকৰ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ৮ডিছেম্বৰ: মিজোৰামৰ চাইটুৱাল জিলাত ভয়ংকৰ দুৰ্ঘটনা। খাকাউনত দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী টাটা ছুম’।

দুৰ্ঘটনাত চালকসহ ৩ জনকৈ লোক নিহত। গুৰুতৰভাৱে আহত হৈছে আন ৯ গৰাকী যাত্ৰী। চোৰাচান্দপুৰৰ পৰা আইজললৈ আহি আছিল যাত্ৰীবাহী ছুম’খন। চোৰাচান্দপুৰ-আইজল পথৰ শোচনীয় অৱস্থাৰ বাবে এই দুৰ্ঘটনা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments