Friday, March 13, 2026
Homeঅসমঅসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ ৰূদ্ধদ্বাৰ বৈঠকৰ সমপ্তি

অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ ৰূদ্ধদ্বাৰ বৈঠকৰ সমপ্তি

শিৱসাগৰ, ১৭আগষ্ট: শিৱসাগৰত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ ৰূদ্ধদ্বাৰ বৈঠকৰ সমপ্তি

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ উপস্থিতিত পৰ্যালোচনা সভা। লগত আই জিপি পাৰ্থ সাৰথি মহন্ত।

সভাত SIT গঠন কৰা হৈছে। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়িদুল ইচলামক হেড হিচাপে লৈ গঠন কৰা হৈছে এচ আই টি। নাজিৰাৰ এচ ডি পি অক তদন্তকাৰী বিষয়া হিচাপে নিযুক্ত কৰা হৈছে।

ৰাইজক সুৰক্ষিত কৰাৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ বিশেষ সঞ্চালকপ্ৰধান গৰাকীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments