Thursday, November 7, 2024
Homeঅসমৰাজ্যিক বিষয়া,কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি

ৰাজ্যিক বিষয়া,কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি

 

ডিজিটেল ডেস্ক, ANEWS24X7: দীপাৱলীৰ পূৰ্বে ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱা বিষয়া সকলৰ বাবে এটা ভাল খবৰ ৷ ৰাজ্য চৰকাৰে এইসকল কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ৷

চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী কৰা হ’ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব৷

এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ নিজৰ টুইটাৰ একাউন্টযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments