Saturday, July 5, 2025
Homeঅসমপুনৰ অসুস্থ বিধায়ক অখিল গগৈ, GMCHত ভৰ্তি

পুনৰ অসুস্থ বিধায়ক অখিল গগৈ, GMCHত ভৰ্তি

 

নিউজ ডেস্ক, ANEWS24X7: পুনৰ অসুস্থ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷

শুক্ৰবাৰে পুনৰ GMCHত ভৰ্তি কৰোৱা হয় অখিল গগৈক ৷ বুকুৰ বিষত আক্ৰান্ত হোৱাৰ বাবে বিধায়ক জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকৰ পৰামৰ্শ মতে বিধায়ক অখিল গগৈক GMCHত ভৰ্তি কৰোৱা হয় ৷

উল্লেখ্য যে , ২৬ অক্টোবৰত দিল্লীত হঠাৎ অসুস্থ হৈ পৰিছিল অখিল গগৈ ৷ হঠাৎ অসুস্থ হৈ পৰাৰ বাবে দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গগৈক ৷

পৰবৰ্তী সময়ত স্বাস্থ্যৰ উন্নতি হোৱাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে ঘৰলৈ ঘূৰি আহিল ৷ কিন্তু আজি পুনৰ অসুস্থ হৈ পৰে বিধায়ক অখিল গগৈ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments