Monday, July 7, 2025
Homeঅসমপঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী লাভ কৰিব PF 

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী লাভ কৰিব PF 

 

স্বাধীনতা দিৱসৰ শুভক্ষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ বাবে আহিছে এটা ভাল খবৰ । ৰাজ্য চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় ৮০০০ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে ব্যৱস্থা কৰিছে Provident Fundৰ । ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি মাহে মুঠ ৪ কোটি টকাকৈ বছৰি ৪৮ কোটি টকা ব্যয় বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ব্লক পৰ্যায়ৰ, পঞ্চায়ত পৰ্যায়ৰ আৰু জিলা পৰ্যায়ৰ ঠিকাভিত্তিক কৰ্মচাৰী সকল উপকৃত হ’ব ।

দেওবাৰে এই কথা সদৰী কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments