Sunday, July 6, 2025
Homeবাণিজ্য১ ডিচেম্বৰৰ পৰা ফেচবুক ব্যৱহাৰকাৰী সকলৰ প্ৰফাইলৰ পৰা আঁতৰোৱা হ'ব কিছু তথ্য

১ ডিচেম্বৰৰ পৰা ফেচবুক ব্যৱহাৰকাৰী সকলৰ প্ৰফাইলৰ পৰা আঁতৰোৱা হ’ব কিছু তথ্য

 

ডিজিটেল ডেস্ক, Anews24×7:১ ডিচেম্বৰৰ পৰা ফেচবুক ব্যৱহাৰকাৰী সকলৰ প্ৰফাইলৰ পৰা আঁতৰোৱা হ’ব কিছু তথ্য। এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেটাই। এই সিদ্ধান্ত অনুসৰি যদি কোনো লোকে তেওঁৰ প্ৰফাইলত ৰাজনৈতিক দৃষ্টিভংগী আৰু

ধৰ্মীয় দৃষ্টিভংগী লিখি থৈছে সেইবোৰ মুচি পেলাব ফেচবুকে। ফেচবুকৰ মুখপাত্ৰই সদৰি কৰিছে এই কথা। ইতিমধ্যে ফেচবুকে এই সন্দৰ্ভত জাননীও প্ৰেৰণ কৰিছে।

সময়ৰ সৈতে ফেচবুক ব্যৱহাৰকাৰীসকলৰ সুবিধা অনুযায়ী নতুন নতুন ফিচাৰ সংযোগ কৰাৰ লগতে ফেচবুকৰ বহু নিয়ম সলনি কৰি আহিছে মেটাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments