Friday, November 8, 2024
Homeঅসমসমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ

ডিজিটেল ডেস্ক, ANEWS24X7:  ৰাজ্যত বহু চৰ্চিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ।২০২১ৰ লোকপিয়লৰ ভিত্তিত অসমত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ।

১জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া। ২০২৪ৰ লোকসভা, ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সলনি হ’ব অসমৰ সমষ্টিৰ মানচিত্ৰ।  নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া।

২০০১ৰ লোকপিয়লক ভিত্তি হিচাপে লৈ হ’ব লোকসভা আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সলনি হ’ব পাৰে আপোনাৰ সমষ্টি

এই সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াক অসম চুক্তিৰ ৬নং দফাৰ অন্যতম ৰক্ষা কৱচ আখ্যা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মন্ত্রী কেশৱ মহন্তই।কেন্দ্রীয় চৰকাৰৰ তত্বাৱধানত চলিছে পুনৰ নিৰ্ধাৰণ প্রক্রিয়া। কেন্দ্রীয় চৰকাৰৰ গাইডলাইন অনুসৰিহে পুনৰ গঠন হব সমষ্টি। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে প্রক্রিয়া সম্পূৰ্ণ হব বুলি মন্তব্য কেশৱ মহন্তৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments