Wednesday, March 11, 2026
Homeঅসমযোৰহাটত ট্ৰেংকুলাইজড কৰা নাহৰফুটুকীৰ মৃত্যু

যোৰহাটত ট্ৰেংকুলাইজড কৰা নাহৰফুটুকীৰ মৃত্যু

ডিজিটেল ডেস্ক, ANEWS24X7: যোৰহাটত ট্ৰেংকুলাইজড কৰা নাহৰফুটুকীৰ মৃত্যু। পানবাৰীৰ পুনৰ সংস্থাপন কেন্দ্ৰত মৃত্যু ঘটে বাঘটোৰ ।

কাণ, ডিঙি, ঠেঙত আঘাত পাইছিল নাহৰফুটুকীটোৱে। টীয়কৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ট্ৰেংকুলাইজড কৰিছিল নাহৰফুটুকীটো।

উল্লেখ্য যে, ২৬ ডিচেম্বৰত যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আৱাসিক এলেকাত ত্ৰাসৰ সৃষ্টি কৰা বাঘটো ট্ৰেংকুলাইজ কৰা হৈছিল ২৭ ডিচেম্বৰৰ পুৱা। নাহৰফুটুকীটোৱে ১৩জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments