Wednesday, March 11, 2026
Homeঅসমগুৱাহাটীত জৰুৰী অৱতৰণ অমিত শ্বাহৰ বিশেষ বিমান  

গুৱাহাটীত জৰুৰী অৱতৰণ অমিত শ্বাহৰ বিশেষ বিমান  

 

ডিজিটেল ডেস্ক, ANEWS24X7: গুৱাহাটী বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিমানৰ জৰুৰী অৱতৰণ ৷

প্ৰতিকুল বতৰৰ বাবে বৰঝাৰ বিমানবন্দৰত হঠাৎ অৱতৰণ কৰিবলগীয়া হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ বিমান ৷

আগৰতলালৈ যোৱাৰ কথা আছিল গৃহমন্ত্ৰী অমিত শ্বাহ ৷ নিশা ৰেডিছন ব্লুত কটোৱাৰ পিছত বৃহস্পতিবাৰে পুৱা আগৰতলালৈ যাব অমিত শ্বাহ ৷ বিমানবন্দৰত গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments