ডিজিটেল ডেস্ক, ANEWS4X7 :আহি পালে ৰংৰ উৎসৱ ফাকুৱা । পৰৱৰ্তী সপ্তাহত দৌলপূৰ্ণিমা বা দৌলযাত্ৰা উৎসৱ। দৌলপূর্ণিমা তিথিক ফাল্গুনী পূর্ণিমা বুলিও কোৱা হয়। এই দৌলযাত্ৰা উৎসৱত ৰং খেলাৰ উপৰিও, এই উৎসৱৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশবোৰ হৈছে দৌলপূৰ্ণিমা তিথিত বৈষ্ণৱসকলৰ মতে ৰাধা আৰু শ্ৰীকৃষ্ণৰ উপাসনা।
দৌলপূর্ণিমা তিথিক ফাল্গুনী পূর্ণিমা বুলিও কোৱা হয়। আনহাতে দৌলপূর্ণিমা আৰম্ভ হ’ব সোমবাৰ ৬ মার্চত আবেলি ৪.১৭ মিনিটত ।
ইপিনে পূর্ণিমা তিথি থাকিব মঙ্গলবাৰ, ৭ মার্চ সন্ধ্যা ৬বাজি ৯ মিনিট পর্যন্ত ৷ মঙলবাৰে দৌলপূৰ্ণিমা উদযাপন কৰিব কিয়নো সূৰ্য্যোদয়ৰ সময়ত পূৰ্ণিমা থাকিব।