ডিজিটেল ডেস্ক, Anews24x7:গহপুৰত কৃত্ৰিম বান। বানত ডুবিল গহপুৰ নগৰ। নেৰানেপেৰা বৰষুনৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয়।শংকিত হৈ পৰিছে ব্যৱসায়ী সকল।
https://fb.watch/l5kQGZeRwB/?mibextid=qC1gEa
গহপুৰ নগৰৰ পথ,চিকিৎসালয় পথ সকলো জলমগ্ন। চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণ কাৰী সংস্থাৰ অৰদুৰদৰ্শিতাৰ বাবে কৃত্ৰিম বানৰ কবলত গহপুৰ।
