Wednesday, March 11, 2026
Homeঅসমভয়ংকৰ ঘটনা, আকৌ বিস্ফোৰণ ঘটিল পানীৰ পাইপ

ভয়ংকৰ ঘটনা, আকৌ বিস্ফোৰণ ঘটিল পানীৰ পাইপ

ডিজিটেল ডেস্ক,  ANEWS24X7:পুনৰ মহানগৰীত ভয়ংকৰ ঘটনা।আকৌ বিস্ফোৰণ ঘটিল পানীৰ পাইপ। স্থান কমাৰ্চ কলেজ- ৰাজগড় সংযোগী পথ।

পানীৰ পাইপ ফুটি কেইবা মিটাৰ ওপৰলৈ উঠিছে পানী।এতিয়াও বন্ধ হোৱা নাই পানীৰ পাইপ।বিস্তৰ ক্ষতিৰ সম্ভাৱনা।সমগ্ৰ পথটোত সৃষ্টি হৈছে বানপানী।জলব’ৰ্ডৰ পানীৰ পাইপত সংঘটিত হৈছে এই বিস্ফোৰণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments