Sunday, July 6, 2025
Homeঅসমঅসমৰ বীৰ জোৱান কেৰেলাত মৃত্যু

অসমৰ বীৰ জোৱান কেৰেলাত মৃত্যু

অংকুৰ ডেকা, মৰিগাঁও: কৰ্মৰত অৱস্থাত মৃত্যু দেশৰ বীৰ জোৱান চুচিল চন্দ্র হাজৰিকা। অসমৰ বীৰ জোৱান কেৰেলাত মৃত্যু। মৰিগাওঁ জিলা বাসবড়ি চুচিল চন্দ্র হাজৰিকাই দেশৰ জাগ্ৰত পহৰি হিচাপে কৰ্মসূত্ৰে কেৰেলাত থকা লগতে যোৱা  ১৭ জুলাইত BSF জোৱান চুচিল চন্দ্র হাজৰিকা হঠাৎ অসুস্থ হৈ পৰাত কেৰেলা চিকিৎসালৈ নিয়ে।

অৱশেষত ৫৫ বছৰীয়া BSF ৰ বীৰ জোৱানে নিয়ৰতি ওচৰত হাৰ মানি অজান দেশলৈ গুচি যোৱা লগতে খন্তেক আগতে দেশৰ জাগ্ৰত সীমাৰ প্ৰহৰী চুচিল চন্দ্র হাজৰিকাৰ নশ্বৰদেহ স্বগৃহত উপস্থিত হোৱাত বাসবড়ি গাওঁখনৰ লগতে সমগ্র অঞ্চলজুৰি শোঁকৰ ছাঁ বিৰাজ কৰে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments