- উপ-নির্বাচনক কেন্দ্ৰ কৰি চামগুৰিত পুনৰ হিংসাত্মক পৰিস্থিতি
- পুনৰ বিজেপি-কংগ্ৰেছ কৰ্মী সমৰ্থকৰ মাজত মাৰপিট
- মাৰপিটৰ ঘটনাত আহত হৈছে ২ বিজেপি কর্মী
- চামগুৰিৰ কনুৱামাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা
- মাৰপিটত আহত য়াছিন আলী, ছাহজাহান আলী নামৰ বিজেপি কর্মী
- ঘটনাস্থলীত মোৱামাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
- আহত ২ বিজেপি কর্মীক ভর্তি কৰোৱা হৈছে চিকিৎসালয়ত
