Monday, July 7, 2025
Homeউত্তৰ-পূৱমণিপুৰৰ ঘটনাৰ তদন্ত সম্পন্ন ৩জনীয়া তদন্ত আয়োগৰ

মণিপুৰৰ ঘটনাৰ তদন্ত সম্পন্ন ৩জনীয়া তদন্ত আয়োগৰ

  •  আজি গৃহ মন্ত্রালয়ক তদন্তৰ প্ৰতিবেদন দাখিল কৰিব আয়োগে
  • তদন্ত আয়োগৰ নেতৃত্বত আছিল অজয় লাম্বা
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বা
  • ইতিমধ্যে তদন্ত আয়োগে সংগ্ৰহ কৰিছে প্রায় ১১,০০০ শপতনামা
  • লগতে পেন ড্রাইভ, বিভিন্ন আলোকচিত্র, বিভিন্ন নথিও সংগ্রহ
  • তদন্ত আয়োগে সংগ্ৰহ কৰা সামগ্ৰীৰ পৰিমাণ হৈছে প্রায় ২.৫ টন
  • দুটাকৈ কোঠাত ৰখা হৈছে এই সামগ্রীসমূহ
  • তদন্তৰ সময়ত মণিপুৰৰ DC, SPৰ পৰাও সংগ্ৰহ কৰা হৈছিল
  • তথ্য বিগত বর্ষত কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰিছিল এই তদন্ত আয়োগ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments