- ৰাজ্য কঁপোৱা চিকিৎসক সেউজ কুমাৰ সেনাপতিক গণপ্ৰহাৰৰ ঘটনাৰ ৰায়দান
- হোজাইৰ শংকৰদেৱ নগৰৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান
- ১২ অভিযুক্তক দোষী সাব্যস্ত জিলা সত্র ন্যায়াধীশ আদালতৰ
- দোষীক ১০ বছৰ জে’ল, ১ লাখ টকাকৈ জৰিমনা
- আন ২১ অভিযুক্তক তথ্য প্ৰমাণৰ অভাৱত ৰেহাই
- চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন অধিবক্তা অমৰজ্যোতি শইকীয়াৰ
