Wednesday, March 11, 2026
Homeঅসমবিহু মঞ্চৰ বাবে বান্ধি দিলে কেইবাটাও নিয়ম

বিহু মঞ্চৰ বাবে বান্ধি দিলে কেইবাটাও নিয়ম

বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ সংবাদমেল

বিহু মঞ্চৰ বাবে বান্ধি দিলে কেইবাটাও নিয়ম

১/ বিহু মঞ্চত প্ৰৱেশ কৰা প্ৰতিগৰাকী শিল্পীয়ে জাতীয় সাজপাৰ বা মার্জিত পোছাক পৰিধান কৰিব লাগিব।

২/ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ অধীনৰ প্ৰতিখন সমিতিয়ে সাত বিহুৰ ভিতৰত বিহু সমাপ্ত কৰিব লাগিব।

৩/ সাত বিহুৰ পিছত হোৱা অনুষ্ঠানসমূহ বিহুৰ অনুষ্ঠান বুলি ধৰা নহ’ব, সাংস্কৃতিক অনুষ্ঠান বুলি ধৰা হ’ব।

৪/ স্থানীয় শিল্পীয়ে বোৱা গামোচাহে ব্যৱহাৰ কৰিব পাৰিব বিহুৰ অনুষ্ঠানত।

৫/ ৰাতি ১২ বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সমাপ্ত কৰিব লাগিব।

৬/ প্ৰতিগৰাকী শিল্পীয়ে বিহু অনুষ্ঠানত প্রাধান্য দিব লাগিব থলুৱা বিহুগীত আৰু লোকসংগীতক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments