- জুবিন গাৰ্গৰ SITৰ তদন্ত সন্দৰ্ভত মুন্না প্ৰসাদ গুপ্তাৰ গুৰুত্বপূৰ্ণ মন্তব্য
- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত আছে।
- শীঘ্ৰে আদালতত দাখিল কৰা হ’ব সকলো তথ্য।’’
- আৰক্ষীয়ে সময়ত চাৰ্জশ্বীট দাখিল কৰাৰ চেষ্টা কৰিছে
- ছিংগাপুৰীয়া অসমীয়াক শীঘ্ৰে হাজিৰ হোৱাৰ সকীয়নি
- SITয়ে সঠিক আৰু ক্ষিপ্ৰভাৱে তদন্ত অব্যাহত ৰাখিছে
- ছিংগাপুৰলৈ যোৱাৰ বাবে আৰক্ষীয়ে অনুমতি বিচাৰিছে
- MLATৰ জৰিয়তে অনুমতি বিচাৰিছে অসম আৰক্ষীয়ে
- অনুমতি পালেই ছিংগাপুৰলৈ যাব SIT
- এতিয়াও কোনো বিঘিনি নোহোৱাকৈ চলিছে তদন্ত
- দুদিনৰ ভিতৰত ছিংগাপুৰীয়া অসমীয়া অহাৰ সম্ভাৱনা আছে
