- বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমক জে’ললৈ প্ৰেৰণ।
- আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিছিল বিকাশ অসমৰ।
- আৰক্ষীৰ জিম্মাৰ অন্তত বিকাশ অসমক হাজিৰ কৰোৱা হৈছিল আদালতত।
- আদালতে বিকাশ অসমক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ নকৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
- ব্যৱসায়ীক ব্লেকমেইলিং কৰি ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিকাশ অসম।
