Thursday, March 12, 2026
Homeঅসমতিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

  • তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
  • শুকুৰবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত জাগীৰোডলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী।
  • জাগীৰোডৰ ছেমিকণ্ডাক্টৰস্থলী পৰিদৰ্শন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে।
  • জাগীৰোডত ৩০০ ষ্টাৰ্টআপৰ সৈতে আলোচনাত মিলিত হ’ব মন্ত্ৰীগৰাকী।
  • জাগীৰোডৰ পৰা বিয়লি গুৱাহাটীলৈ উভতিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।
  • গুৱাহাটীত উদ্বোধন কৰিব নৱনিৰ্মিত জাহাজ টাৰ্মিনেল।
  • বিত্ত মন্ত্ৰীয়ে মুকলি কৰিব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পও।
  • ৮ নৱেম্বৰত গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী।
  • শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব সীতাৰমণে।
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব ভোলাগুৰি চাহ বাগিচা।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments