Friday, March 13, 2026
Homeঅসমৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে NSA গোচৰ খাৰিজ

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে NSA গোচৰ খাৰিজ

  • ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে NSA গোচৰ খাৰিজ
  • ইছলামক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
  •  ধিঙৰ AIUDFৰ বিধায়ক ইছলামক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
  •  আমিনুল ইছলামৰ গ্ৰেপ্তাৰক বেআইনী আখ্যা উচ্চ ন্যায়ালয়ৰ
  • NSA গোচৰত কাৰাবন্দী হৈ আছে আমিনুল ইছলাম
  • পেহেলগাম কাণ্ডত কেন্দ্ৰীয় চৰকাৰ জড়িত থকাৰ ভয়ংকৰ অভিযোগ আছে বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছিল বিধায়ক ইছলামে
  • সন্ত্ৰাসবাদীয়ে নাম-ধৰ্ম সুধি পৰ্যটকক হত্যা কৰা বুলি বিজেপি চৰকাৰে ভুৱা প্ৰচাৰ চলোৱা বুলিও অভিযোগ কৰিছিল
  • ২৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়ক ইছলামক
  •  বিধায়কজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197(1)/113(3)/352/353 নম্বৰত ৰুজু হৈছিল গোচৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments