Monday, July 7, 2025
Homeঅসমপ্ৰদ্যুৎ বৰদলৈক হাটাও অভিযান চলিছে নগাঁৱত

প্ৰদ্যুৎ বৰদলৈক হাটাও অভিযান চলিছে নগাঁৱত

নগাঁও, ২৯ নৱেম্বৰ: 👉ৰকিবুল হুছেইন বৰ্তমান মন্ত্ৰী নহয়,হয়টো জীৱনত আৰু মন্ত্ৰী হ’ব নোৱাৰে।সেইবাবে মন্ত্ৰীৰ দৰে কথা বতৰা সমূহ এৰিব হ’ল। তেওঁ সৈতে ব্যগত ভাৱে ভাল কিন্তু তেওঁ কংগ্ৰেছ আৰু মই বিজেপি আৰ্দশত বিশ্বাসী।

👉লোকসভা নিৰ্বাচনৰ বাবে ফ্ৰেব্ৰুৱাৰীত হ’ব বাজেট অধিবেশন।যাৰ বাবে এই বাৰ ডিডিচিৰ আলোচনা মৰ্মে বাতিল কৰা হৈছে শীতকালীন অধিবেশন।

👉 নগাঁও লোকসভা আসনৰ বাবে খোৱাকামোৰা লাগিছে প্ৰদূৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত।মিঞা ভোট থকা নগাঁৱ সমষ্টি টোত জিকি যাব খুজিছে গৌৰৱ গগৈয়ে।আনহাতে মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁৱত সাংসদৰ সোৱাদ পোৱা প্ৰদ্যুৎ বৰদলৈয়েও এৰিব নিবিচাৰে সমষ্টি টো।মুঠতে 11-1/2সমষ্টিত বিজেপি প্ৰাৰ্থী জিকিব।।

👉আজি নগাঁৱত আৰম্ভ হোৱা কংগ্ৰেছৰ যুৱ জড়ো যাত্ৰাৰ বেনাৰটো নাই প্ৰদ্যুৎ বৰদলৈৰ ফটো।মুঠতে প্ৰদ্যুৎ বৰদলৈক হাতাও অভিযান চলিছে নগাঁৱত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments