ডিজিটেল ডেস্ক, ২৩জানুৱাৰী: ৰাহুল গান্ধী যাব পাৰে জেল’লৈ!ৰাহুল গান্ধীকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া!”ৰাহুল গান্ধীৰ ওপৰত আমি গোচৰ এটা ৰেজিষ্টাৰ কৰিম”। তেওঁক এতিয়া আমি arrest নকৰোঁ, লোকসভাৰ নিৰ্বাচনৰ পিছত আমি areest কৰিম।
“আপুনি যি ৰাষ্টায়েদি যায় যাওক, কিন্তু গুৱাহাটীৰ মাজেদি নাযাব”। ৰাহুল গান্ধীয়ে ৩ হাজাৰ মানুহ আৰু ২শ খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশ কৰিবলৈ যত্ন কৰিছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ ৰুজু ।
আৰম্ভ হৈছে টুইট যুদ্ধও। টুইট যোগেদিও DGP জি পি সিঙক দিলে নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে
অথন্তৰে লগ এৰি নিদিয়া কংগ্ৰেছৰ এক যাত্ৰা। নাম ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। যাত্ৰা আৰম্ভ কৰিম বুলি ভবাৰে পৰা হৈ আছে এটাৰ পিছত আন এটা অথন্তৰ। কংগ্ৰেছৰ যাত্ৰাৰ প্ৰতিটো দিনতে হৈ আছে কেৱল অথন্তৰ।
কেতিয়াবা যদি যাত্ৰা কৰিবলৈ বিচৰা স্থানত অনুমতি নাপায়, কেতিয়াবা আকৌ যাত্ৰা কৰিবলৈ বিচাৰ স্থানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি নোলোৱাৰ অভিযোগ। ইয়াৰ মাজতে সংঘটিত হৈছে কেতবোৰ বিক্ষিপ্ত ঘটনাও।