Wednesday, March 11, 2026
Homeঅসম২৬ জানুৱাৰীত কোন মন্ত্ৰীয়ে, ক'ত কৰিব পতাকা উত্তোলন?

২৬ জানুৱাৰীত কোন মন্ত্ৰীয়ে, ক’ত কৰিব পতাকা উত্তোলন?

ডিজিটেল ডেস্ক, ২৫জানুৱাৰী:

  • ২৬ জানুৱাৰীত কোন মন্ত্ৰীয়ে, ক’ত কৰিব পতাকা উত্তোলন?
  • ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ দাসে
  • যোৰহাটত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব অতুল বৰাই
  • তেজপুৰত ইউ জি ব্ৰহ্ম, ধুবুৰীত চন্দ্ৰ মোহন পাটোৱাৰী
  • শিলচৰত পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই
  • কামৰূপত কেশৱ মহন্ত, তিনিচুকীয়াত ৰণোজ পেগু
  • বঙাইগাঁৱত পতাকা উত্তোলন কৰিব অশোক সিংঘালে
  • ধেমাজিত যোগেন মহন, শিৱসাগৰত সঞ্জয় কিষাণ
  • মঙলদৈত পতাকা উত্তোলন কৰিব মন্ত্রী অজন্তা নেওগে
  • মৰিগাঁৱত পীযূষ হাজৰিকা, মাজুলীত বিমল বৰা
  • গোলাঘাটত পতাকা উত্তোলন কৰিব জয়ন্ত মল্লবৰুৱাই
  • গোৱালপাৰাত পতাকা উত্তোলন কৰিব নন্দিতা গার্লোছাই
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments