Wednesday, March 11, 2026
Homeঅসমবৰদোৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ গোস্বামী দেৱৰ পৰলোকপ্ৰাপ্তি, "সদৌ অসম সত্ৰ মহাসভা"ৰ...

বৰদোৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ গোস্বামী দেৱৰ পৰলোকপ্ৰাপ্তি, “সদৌ অসম সত্ৰ মহাসভা”ৰ শোক প্ৰকাশ

ডিজিটেল ডেস্ক, ২৩মাৰ্চ: বৰদোৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সত্ৰীয়া কলা সংস্কৃতিৰ সাধক দেবানন্দ গোস্বামী দেৱৰ ক্ষন্তেক সময়ৰ আগতে পৰলোকপ্ৰাপ্তি হয় ।

তেখেতৰ বিয়োগত “সদৌ অসম সত্ৰ মহাসভা”ৰ সভাপতি সত্ৰাধিকাৰ ডঃ সুনীল কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

তেখেতৰ সত্ৰীয়া কলা সংস্কৃতিৰ জগত খনৰ অপূৰণীয় ক্ষতি হ’ল বুলিও সদৌ অসম সত্ৰ মহাসভাই মন্তব্য কৰে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments