ডিজিটেল ডেস্ক, ANEWS24X7: যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা চিকিৎসাধীন৷বুধবাৰে পুৱা গুৱাহাটী মহানগৰীৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ স্নানাগাৰত পৰি আঘাত প্ৰাপ্ত হৈছিল বিশিষ্ট কণ্ঠশিল্পী গৰাকী৷ চিকিৎসকে প্ৰয়োজনীয় পৰীক্ষা কৰাৰ অন্তত প্ৰয়োজন হলে অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে৷
যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা চিকিৎসাধীন
RELATED ARTICLES