Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ ক্ষেপনাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ

পুনৰ ক্ষেপনাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ

ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ ক্ষেপনাস্ত্ৰ পৰীক্ষণ কৰিছে উত্তৰ কোৰিয়াই৷বৃহস্পতিবাৰে উত্তৰ কোৰিয়াই দুটা কম দুৰত্বৰ বেলিষ্টিক নিছাইল সাগৰত নিক্ষেপ কৰে৷

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি নিজ দেশলৈ উভতাৰ সময়তে এই মিছাইল দুটা নিক্ষেপ কৰে উত্তৰ কোৰিয়াই ৷

উত্তৰ কোৰিয়াই এটা সপ্তাহৰ ভিতৰত তিনিটাকৈ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছে৷ অভিলেখ গতিত উত্তৰ কোৰিয়াই অস্ত্ৰাগাৰ সম্প্ৰসাৰণ কৰিছে৷ উল্লেখ্য যে, উত্তৰ কেৰিয়াই পাৰমাণৱিক শক্তি হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ বিগত সময় সমূহত এনেদৰে আমেৰিকাক হেঁচা প্ৰদান কৰি আহিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments