Friday, March 13, 2026
Homeঅসমপৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল ডেস্ক, ANEWS24X7: পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে উদ্যানখন ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি ৰেঞ্জৰ নিৰ্ধাৰিত এলেকাহে মুকলি থাকিব পৰ্যটক সকলৰ বাবে ।

প্ৰতিকূল বতৰ অৰু বাট-পথৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ বাগৰি ৰেঞ্জৰ ডুঙ্গাৰ টাৱাৰ হৈ বিমলি তিনিআলিলৈ আৰু চেন্ট্রেল ৰেঞ্জ কঁহৰাৰ মিহিমুখৰ পৰা ডাফলং হৈ বৈচামাৰী পৰ্যন্ত দৰ্শনৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। এই কথা সদৰি কৰে পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰীয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments