Sunday, July 6, 2025
Homeঅসমএছিয়ান বক্সিং চেম্পিশ্বিপত স্বৰ্ণ পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁইৰ

এছিয়ান বক্সিং চেম্পিশ্বিপত স্বৰ্ণ পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁইৰ

ডিজিটেল ডেস্ক, ANEWS24X7: এছিয়ান বক্সিং চেম্পিশ্বিপত স্বৰ্ণ পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৷ জৰ্ডানৰ আম্মানত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শুক্ৰবাৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰে ।

লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা শ্ব’খিবাক ৫-০ ব্যৱধানত ধৰাশয়ী কৰি স্বৰ্ণ আজুৰি আনে।

ইয়াৰ ওপৰিও প্ৰতিযোগিতাখনত শুক্ৰবাৰে লাভলীনাৰ লগতে পাৰবীন হুডাই ৬৩ কিলোগ্ৰাম শাখাত, ছুইটীয়ে ৮১ কিলোগ্ৰাম শাখাত আৰু আলফিয়া পাঠানে ৮১ কিলোগ্ৰাম উৰ্ধ শাখাত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মীনাক্ষীয়ে ৫২ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments