Sunday, July 6, 2025
Homeঅসমস্নাতকোত্তৰ শিক্ষকৰ বাবে মাধ্যমিক শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা!

স্নাতকোত্তৰ শিক্ষকৰ বাবে মাধ্যমিক শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা!

ডিজিটেল ডেস্ক, A NEWS 24×7: এতিয়াৰে পৰা ষষ্ঠ শ্ৰেণীৰ পৰাই পাঠদান কৰিব লাগিব বিষয় শিক্ষকসকলে। মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে এই নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।

মাধ্যমিক শিক্ষা বিভাগৰ সচিব ড০ বিজয়া চৌধুৰীৰ নিৰ্দেশনা অনুসৰি শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। উল্লেখ্য, পূৰ্বে একাদশ–দ্বাদশ শ্ৰেণীতহে পাঠদান কৰিছিল বিষয় শিক্ষকে।

কিছু সংখ্যক বিষয় শিক্ষকে মাধ্যমিক পৰ্যায়তপাঠদান কৰিছিল যদিও সেয়া বাধ্যতামূলক নাছিল। কিন্তু, এতিয়াৰে পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পঢ়ুওটো নিয়মত পৰিণত কৰিছে শিক্ষা বিভাগে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments