Monday, July 7, 2025
Homeৰাজনৈতিকভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিলে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম...

ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিলে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে

 

ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰালৈ সমৰ্থন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে ৷ বুধবাৰে ৰিজাৰ্ভ বেংকৰ প্ৰক্তন গৱৰ্ণৰ গৰাকীক ভৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ সংগ দিয়া দেখিবলৈ পোৱা গৈছে ৷

ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ গৰাকীয়ে ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়া কাৰ্য্যই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা সৃষ্টি কৰিছে ৷

উল্লেখ্য যে , ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদৰ কাৰ্যকাল সমাপ্তিৰ পাছত দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে মাত আহিছে ৰাজনে।

বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে বিশেষকৈ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিষয়ত যথেষ্ট সৰৱ হৈ আহিছে। গতিকে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ৰঘূৰাম ৰাজনৰ অংশগ্ৰহণ লক্ষণীয় হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments