Monday, July 7, 2025
Homeঅসমঘোষণা হʼল তৃতীয় বৰ্গৰ নিযুক্তিৰ Skill Testৰ দিন

ঘোষণা হʼল তৃতীয় বৰ্গৰ নিযুক্তিৰ Skill Testৰ দিন

 

ডিজিটেল ডেস্ক, A NEWS 24×7 : অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে বুধবাৰে তৃতীয় শ্ৰেণীৰ প্ৰত্যক্ষ নিযুক্তিৰ দক্ষতা পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰে। নিৰ্দেশনা অনুসৰি ২১ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই দক্ষতা পৰীক্ষা।

আনুষ্ঠানিক ঘোষণা অনুসৰি ষ্টেন’গ্ৰাফাৰ আৰু ড্ৰাইভাৰ পদৰ আবেদনকাৰীৰ বাহিৰে তৃতীয় শ্ৰেণীৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে কম্পিউটাৰ পৰীক্ষা দিব লাগিব।

এডমিট কাৰ্ড প্ৰকাশ হোৱাৰ পিছত sebaonline.org ত উপলব্ধ হ’ব কাৰ্ডসমূহ। পৰীক্ষাৰ সময়সূচী আৰু অধিসূচনা দুয়োটা একেটা পৃষ্ঠাতে উপলব্ধ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments