Thursday, March 12, 2026
Homeঅসমচিআৰপিএফৰ নতুন সঞ্চালক প্ৰধান অসম সন্তান ড. সুজয় লাল থাওছেন

চিআৰপিএফৰ নতুন সঞ্চালক প্ৰধান অসম সন্তান ড. সুজয় লাল থাওছেন

ডিজিটেল ডেস্ক, ANEWS24X7: অসম সন্তান ড. সুজয় লাল থাওছেনক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নতুন সঞ্চালক প্ৰধানৰূপে নিযুক্তি ৷ ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া গৰাকীক নিযুক্তি দিয়া হৈছে চি আৰ পি এফৰ নতুন সঞ্চালক প্ৰধান হিচাপে ৷

উল্লেখ্য যে সম্প্ৰতি সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছ এছ বিৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ড. সুজয় লাল থাওছেন ৷

ইয়াৰ ওপৰিও ইণ্ড’ তিব্বত বৰ্ডাৰ পুলিচ চমুকৈ আই টি বি পিৰ সঞ্চালক প্ৰধানৰ দ্বায়িত্বত আছিল থাওছেন । মণিপুৰ কেডাৰৰ ১৯৮৮ বেচৰ বিষয়াজনক তেওঁৰ বেচমেট এছ এল থাওছেনে আনুষ্ঠানিক দায়িত্বভাৰ প্ৰদান কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments