Saturday, April 25, 2026
Homeআন্তঃৰাষ্ট্ৰীয়আমেৰিকাৰ আলাবামা মন্টগোমাৰী আঞ্চলিক বিমানবন্দৰত ভয়ংকৰ দুৰ্ঘটনা

আমেৰিকাৰ আলাবামা মন্টগোমাৰী আঞ্চলিক বিমানবন্দৰত ভয়ংকৰ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ANEWS24X7: আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাবামা মন্টগোমাৰী আঞ্চলিক বিমানবন্দৰত ভয়ংকৰ দুৰ্ঘটনা ৷ বিমানৰ ইঞ্জিনত সোমাই নিহত হয় এজন বিমান কৰ্মচাৰী ৷ ডালাছৰ পৰা অহা এখন বিমান বিমানবন্দৰটোত অৱতৰণ কৰে ৷ পেডমন্ট এয়াৰলাইনছৰ এজন কৰ্মচাৰীয়ে বিমানখন ঠিক আছে নে নাই পৰীক্ষা কৰাৰ সময়ত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

বিমানখনৰ ইঞ্জিনে টানি নিয়ে বিমান কৰ্মী জনে ৷ ফলত থিতাতে নিহত হয় বিমান কৰ্মচাৰী জন ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে এয়াৰলাইনৰ দ্বাৰা শোক বাৰ্তা জাৰী কৰিছে ৷

বিমানবন্দৰৰ কাৰ্যবাহী সঞ্চালক ৱেড ডেভিছে কয় যে ,‘‘ আমি এই কঠিন সময়ত মৃত কৰ্মচাৰীজনৰ পৰিয়ালৰ কা৷ত থিয় দিছো ৷ মৃত কৰ্মচাৰীজনৰ পৰিয়ালক সকলো ধৰণৰ সহায় প্ৰদান কৰা হ’ব ৷এনচিএছবি আৰু বিমান প্ৰশাসনে ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাৰ অনুসন্ধান কৰি আছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments