Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়১৭ জানুৱাৰীত প্ৰকাশ পাব সংশোধনী চূড়ান্ত ভোটাৰ তালিকা

১৭ জানুৱাৰীত প্ৰকাশ পাব সংশোধনী চূড়ান্ত ভোটাৰ তালিকা

 

ডিজিটেল ডেস্ক, ANEWS24X7: ১৭ জানুৱাৰীত প্ৰকাশ পাব অসমৰ বিশেষ সংক্ষিপ্ত সংশোধনী চূড়ান্ত ভোটাৰ তালিকা ৷ পূৰ্বে এই ভোটাৰ তালিকা প্ৰকাশৰ দিন ১৬ জানুৱাৰী স্থিৰ কৰা হৈছে৷

বৰ্তমান ১৬ জানুৱাৰীৰ পৰিবৰ্তে ১৭ জানুৱাৰীত এই বিশেষ সংক্ষিপ্ত সংশোধনী চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব ৷ এই কথা ঘোষণা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে ৷

কেৱল ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ পৰিবৰ্তনৰ বাদে বিশেষ সংক্ষিপ্ত সংশোধনীৰ আন সময়সূচী অপৰিবৰ্তিত থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments