Thursday, November 7, 2024
Homeবিজ্ঞানশীঘ্ৰে আদালতত নিয়োজিত কৰা হ'ব বিশ্বৰ প্ৰথম''ৰবট অধিবক্তা '

শীঘ্ৰে আদালতত নিয়োজিত কৰা হ’ব বিশ্বৰ প্ৰথম”ৰবট অধিবক্তা ‘

ডিজিটেল ডেস্ক,ANEWS24X7: মানুহে কৰিম বুলি ভাবিলে সকলো কাম সম্ভৱ হৈ পৰে । সেয়া লাগিলে যিয়ে নহওঁক কিয় । এক নতুন ইতিহাস ।বিশ্বৰ আইনী ব্যৱস্থাত সূচনা হ’ব নতুন নিয়ম । মানুহৰ সলনি ৰবটে ল’ব বাদী-বিবাদীৰ পক্ষ । শুনিবলৈ আচৰিত নাগিলেও কিন্তু সত্য । আদালতত শীঘ্ৰে নিয়োজিত কৰা হ’ব ৰবট অধিবক্তা ।

এতিয়াৰে পৰা আদালতত মানুহৰ সলনি আদালতত থাকিব ৰবট যিসমূহ স্মাৰ্টফোনত চলিব তাৰ লগতে আদালতত কৰা যুক্তি শুনিব আৰু তাৰ পিছত কাণৰ টুকুৰাৰ জৰিয়তে প্ৰতিবাদকাৰীক কি ক’ব লাগে সেই বিষয়ে পৰামৰ্শ দিব। কিন্তু আচৰিত যেন লাগিলেও সচাঁ । আগন্তুক মাহৰ পৰা আমেৰিকাত এনেকুৱাই হ’ব ।

ষ্টেনফ্ৰৰ্ড বিশ্ব বিদ্যালয়ৰ জৌক ব্ৰাউডাৰ নামৰ বিজ্ঞানীজনে ২০১৫ চনত কেলিফ্ৰণিয়াত স্থাপন কৰা দু নট পে নামৰ কোম্পানীটোৱে সাজি উলিয়াই কৃত্ৰিম বুদ্ধমত্তা থকা ৰবট অধিবক্তা । প্ৰথমে বৃটেইনত পাৰকিং টকটৰ গোচৰৰ পৰামৰ্শৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল আৰু পিছলৈ আমেৰিকাত নজৰ কাৰ্য কলাপ সম্প্ৰসাৰণ কৰে ।

ইপিনে বিপক্ষৰ যুক্তি সম্পূৰ্ণ নোহোৱালৈকে এই ক্ষমতাম্পন্ন আৰু কৃত্ৰিম বুদ্ধমত্তা ৰবটোক এটা কথা নকবলৈ পৰামৰ্শ দিয়া হৈছে । ইফালে এই ৰবটোৰ নিৰ্মাতাজনে কয় যে এই ৰবটতোৱে মানৱ অধিবক্তাৰ চাকৰি আত্মসাত কৰিব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments