বিটিচিৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্মই আজি পদত্যাগ কৰে৷
স্বেচ্ছাই BTCৰ পাৰিষদ সদস্যৰ পদৰ পৰা পদত্যাগ পানীৰাম ব্ৰহ্মই।
আজি BTCৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
বৰ্তমান চিদলী-চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম।
এইটো পৰিষদীয় সমষ্টিত উপ নিৰ্বাচন কৰা হব বুলি বি টি চি প্ৰধান হাগ্ৰামৰ ঘোষন৷ কৰিছে৷
