Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়সমাগত গণৰাজ্য দিৱস! অশান্ত জম্মু আৰু কাশ্মীৰ

সমাগত গণৰাজ্য দিৱস! অশান্ত জম্মু আৰু কাশ্মীৰ

ডিজিটেল ডেস্ক, A NEWS 24×7 : গণৰাজ্য দিৱসৰ প্ৰাক মুহুৰ্তত দুটাকৈ বিস্ফোৰণে কঁপাই গল জম্মুৰ নৰৱাল অঞ্চল। শনিবাৰে ৩০ মিনিটৰ ভিতৰত হোৱা যমজ বিস্ফোৰণে কঁপাই গল জম্মুৰ নৰৱাল অঞ্চল।

বিস্ফোৰণত বৰ্তমান সময়লৈকে ৭ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বিস্ফোৰণত আহত সকলক সুহাইল ইকবাল (৩৫), সুশীল কুমাৰ (২৬), বিষাৱ প্ৰতাপ (২৫), বিনোদ কুমাৰ (৫২), অৰুণ কুমাৰ, অমিত কুমাৰ (৪০) আৰু ৰাজেশ কুমাৰ (৩৫) বুলি চিনাক্ত কৰা হৈছে।


জানিব পৰা মতে পুৱা প্ৰায় ১১ বজাত সংঘটিত হোৱা প্ৰথমটো বিস্ফোৰণত ৫জন লোক আহত হৈছিল। আৰু বিস্ফোৰণত মহেন্দ্ৰ বলেৰো ব্যৱহাৰ কৰিছিল। উপ-ৰাজ্যপাল মনোজ সিনহাই বিস্ফোৰণত আহতসকলৰ বাবে ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments