ডিজিটেল ডেস্ক, ANEWS24X7:ভাৰতীয় ৰে’লৰ কেইবাঠাইতো মেৰামতি কাম চলি আছে। ইয়াৰ ওপৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ঘণ কুঁৱলিৰ হোৱাৰ ফলত সোমবাৰে ভাৰতীয় ৰে’লৱেই বাতিল কৰিলে ২৯৬খন ৰে’ল।
আনকি কেইবাটাও ক্ষেত্ৰত আৰম্ভণি আৰু শেষ ষ্টেচন সাল সলনি কৰি চলোৱা হ’ব ৰেল। ইপিনে বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে অসম, পঞ্জাব, দিল্লী, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, বিহাৰ আৰু তামিলনাডুৰ ৰে’লসমূহ।
ভাৰতীয় ৰে’লৰ কেইবাঠাইতো মেৰামতি কাম চলি আছে। ইয়াৰ ওপৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ঘণ কুঁৱলিৰ হোৱাৰ ফলত সোমবাৰে ভাৰতীয় ৰে’লৱেই বাতিল কৰিলে ২৯৬খন ৰে’ল। আনকি কেইবাটাও ক্ষেত্ৰত আৰম্ভণি আৰু শেষ ষ্টেচন সাল সলনি কৰি চলোৱা হ’ব ৰেল। ইপিনে বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে অসম, পঞ্জাব, দিল্লী, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, বিহাৰ আৰু তামিলনাডুৰ ৰে’লসমূহ।