Wednesday, March 11, 2026
Homeঅসমএকেলগে কৰুণ মৃত্যু ৫ বন্ধুৰ

একেলগে কৰুণ মৃত্যু ৫ বন্ধুৰ

ডিজিটেল ডেস্ক, ANEWS24X7: শোণিতপুৰৰ মিটছাপ্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত পৰিল এখন বাহন। দুৰ্ঘটনাটোত থিতাতে নিহত ৫ জনকৈ যুৱক । নিহত দ্বীপেন বৰা, বিদ্যুত্‍ নাথ, নিহত ভাইকন পটংগীয়া, আকাশদ্বীপ বৰা, বিশ্বজিত্‍ ওৰফে নিকু।

ইপিনে ভাইকন পটংগীয়া, আকাশদ্বীপ বৰাৰ ঘৰ তেজপুৰৰ বিপি তিনিআলিত লগতে নিহত দ্বীপেন বৰাৰ ঘৰ তেজপুৰৰ গটঙাত আৰু বিদ্যুত্‍ নাথৰ ঘৰ তেজপুৰৰ বেচেৰীয়াত আৰু বিশ্বজিত্‍ ওৰফে নিকুৰ ঘৰ তেজপুৰৰ পতীয়াচুবুৰীত।

আনহাতে দুৰ্ঘটনাগ্ৰস্ত ছুইফ্টখনৰ নম্বৰ AS 12 R2115 বুলি জানিব পৰা গৈছে । ইফালে বাহনখন বালিপৰা-তেজপুৰ অভিমুখী আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments