Wednesday, March 11, 2026
Homeঅসম২০ মাৰ্চত তামুলপুৰত অনুষ্ঠিত হ'ব চতুৰ্থ এছিয়ান খো-খো 

২০ মাৰ্চত তামুলপুৰত অনুষ্ঠিত হ’ব চতুৰ্থ এছিয়ান খো-খো 

ডিজিটেল ডেস্ক, ANEWS24X7: বড়োলেণ্ড স্বায়ত্বশাসিত অঞ্চলৰ তামুলপুৰ হায়াৰ চেকেণ্ডেৰি স্কুল খেলপথাৰত পুৰুষ আৰু মহিলা উভয় শাখাৰ খেল আৰম্ভ হ’ব। খো-খো ফেডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত, অসম খো-খো এছ’চিয়েচনৰ সহযোগত বড়োলেণ্ড চৰকাৰৰ সমৰ্থনত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা

বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, মালেছিয়া, নেপাল, পাকিস্তান, চিংগাপুৰ, দক্ষিণ কোৰিয়া, শ্ৰীলংকা আৰু আয়োজক দেশ ভাৰতসহ ১২ খন দেশে কৰিব অংশগ্ৰহণ

আঠ শতাধিক প্ৰতিযোগিয়ে চাৰিদিন ধৰি অংশগ্ৰহণ কৰিব, খেলুৱৈ সকল গুৱাহাটীৰ হোটেলত থাকিব, প্ৰতিদিনে গুৱাহাটীৰ পৰা তামুলপুৰ অহা যোৱা কৰিব

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments