Sunday, July 6, 2025
Homeৰাজনৈতিককেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ওপজা দিন

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ওপজা দিন

ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ আজি জন্মদিন। জীৱনৰ ৪৭টা বছৰ তেওঁ অতিক্ৰম কৰিলে । এসময়ৰ টেলিভিশ্বন জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল তেওঁ । ইপিনে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল‘কিউ কি চাচ ভি কভি বহু থী’’নাটকৰ জৰিয়তে আৰু তাৰ পিছতে ৰাজনীতিত প্ৰৱেশ কৰিছিল ।

বৰ্তমান তেওঁ কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সামাজিক মাধ্যমৰ জৰিয়তে ওপজা দিনৰ অভিনন্দন জনালে। মুখ্যমন্ত্ৰী শৰ্মাই লিখে, ‘‘মোৰ মৰমৰ ভগ্নী আৰু কঠোৰ পৰিশ্ৰমী মাননীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী, সংখ্যালঘু পৰিক্ৰমা শ্ৰীমতী স্মৃতি ইৰাণীক জন্মদিনৰ উষ্ম শুভেচ্ছা।

আপুনি মহিলা সশক্তিকৰণ আৰু অন্তৰ্ভুক্ত কাৰ্যসূচীক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ চেম্পিয়ন হৈ আহিছে। মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনাইছোঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments