Thursday, November 7, 2024
Homeঅসমআই পি এছ ৰ আক্ৰমণত আহত গৃহৰক্ষী জোৱান

আই পি এছ ৰ আক্ৰমণত আহত গৃহৰক্ষী জোৱান

ডিজিটেল ডেস্ক, ANEWS24X7: বোকাখাতত গৃহৰক্ষী জোৱানক আক্ৰমণ কৰা SDPO ৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ । ডি জি পি জি পি সিঙৰ এই নিৰ্দেশ গোলাঘাটৰ আৰক্ষী অধীক্ষকক। ইপিনে এছ পি য়ে তিনিদিন ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি কয় ।

সম্প্ৰতি ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী বিষয়াৰ আক্ৰমণত আহত গৃহৰক্ষী জোৱান । বোকাখাট মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰেণুকুন্তলা চিতল কুমাৰে শিলগুটি মাৰি আহত কৰিলে গৃহৰক্ষী জোৱানক। আনহাতে গে’ট খোলা পলম হোৱাৰ বাবেই গৃহৰক্ষী জোৱান ৰাজু টাইডৰ বুকুত শিলগুটি মাৰি আহত কৰে মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে।

জোৱান জনক বৰ্তমানলৈকে কোন চিকিৎসালয়ত আছে সেই সম্পৰ্কে কোনো তথ্য লাভ কৰা নাই । কিহৰ বাবে কোৱা নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments