ডিজিটেল ডেস্ক, ANEWS24X7: বিহুৰ চান্দা বিচাৰি ব্যৱসায়ীৰ মুখত থুৱাই আৰক্ষীৰ ৰোষত পৰিল শৃংখল চলিহা৷ গ্ৰেপ্তাৰ কৰা হয় শৃংখল চলিহাক৷টুইটযোগে এই কথা জনালে জি পি সিঙে৷
উল্লেখ্য যে, বিহুৰ চান্দা বিচাৰি অংকুশ কেডিয়া নামৰ ব্যৱসায়ীজনক থুৱাইছিল শৃংখলে৷ শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ৰুজু হৈছিল গোচৰ৷