Wednesday, March 11, 2026
Homeঅসমভোট জলকীয়া খেতিৰ জৰিয়তে স্বাৱলম্বী

ভোট জলকীয়া খেতিৰ জৰিয়তে স্বাৱলম্বী

ডিজিটেল ডেস্ক, anews24x7: গহপুৰ জয়পুৰ গাৱঁৰ পুৰুষ মহিলা,যুৱক যুৱতী সকলো ব্যস্ত  ভোটজলকীয়া খেতিত। গাৱঁখনৰ প্ৰতিঘৰ লোকে ৫ ৰ পৰা ১০ বিঘা পৰ্য্যন্ত ভোটজলকীয়া খেতি কৰে।

সৰ্বমুঠ গাওঁখনত প্ৰায় গাওঁখনত ৩০০ বিঘা ভোট জলকীয়া খেতি আছে। উৎপাদিত ভোটজলকীয়া সমূহ অৰুনাচল প্ৰদেশ,ডিমাপুৰ,চিকিম,গুৱাহাটী,নগাওঁ আদিলৈ দৈনিক কুইন্টলে কুইন্টলে ৰপ্তানি কৰিছে কৃষক সকলে।প্ৰতি কেজিত ৩০০ ৰ পৰা ৪০০ টকা পৰ্য্যন্ত লাভ কৰে কৃষক সকলে।

ভোট জলকীয়া খেতি যে এক লাভ জনক খেতি সেইয়া প্ৰমান কৰিবলৈ সক্ষম হৈছে জয়পুৰৰ বাসিন্দা সকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments