Wednesday, March 11, 2026
HomeঅসমSI দ্বীপজ্যোতি কাকতিক নিলম্বন

SI দ্বীপজ্যোতি কাকতিক নিলম্বন

ডিজিটেল ডেস্ক, anews24x7:  মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ বিতৰ্কিত SI দ্বীপজ্যোতি কাকতিক নিলম্বন। পূৰ্বে ভুক্তভোগীৰ পৰা উৎকোচ লোৱাৰ বাবে ৰিজাৰ্ভ ক্ল’জড কৰা হৈছিল দ্বীপজ্যোতি কাকতিক।  মাজুলীত উপস্থিত হৈ SI দ্বীপজ্যোতি কাকতিৰ নিলম্বনৰ কথা জনালে IGP জিৎমল দলেই। গণৰোষত পৰা দিব্যজ্যোতি নাথ নামৰ লোকজনক উদ্ধাৰৰ পিছত চিকিৎসাৰ পৰিৱৰ্তে উৎকোচ লোৱাত ব্যস্ত হৈ পৰিছিল SI দ্বীপজ্যোতি কাকতি।

মাজুলীৰ মেৰুৱাবাৰীত আৰক্ষী মহাপৰিদৰ্শক জিতমল দলেৰ মন্তব্য-তদন্ত চলি আছে এতিয়াই সকলো কথা ক’ব পৰা নাযায়। দূৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া দ্বীপজ্যোতি কাকতিক নিলম্বন কৰাৰ কথা পুনৰ প্ৰকাশ আই জি পি দলেৰ।।দিব্যজ্যোতি নাথৰ পত্নীৰ মন্তব্য ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস দিছে আৰক্ষী মহা পৰিদৰ্শকে।।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments